- পুনৰ ৩০ জুনলৈ বৃদ্ধি কৰিলে পঞ্চম পৰ্যায়ৰ তলাবন্ধ ৷
- পূৰ্বতকৈ শিথিল হ’ল তলাবন্ধ।
- পঞ্চম পৰ্যায়ৰ তলাবন্ধৰ কাৰণে জাৰি কৰা হৈছে নতুন নিৰ্দেশনা ৷
- কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে জাৰি কৰিলে নতুন নিৰ্দেশনা।
- ৮ জুনৰ পৰা খুলিব পাৰিব শ্বপিং মল আৰু ৰেষ্টুৰেণ্ট ৷
- লগতে খুলিব পাৰিব ধৰ্মীয় উপাসনা কৰা স্থানসমূহ ৷
- জনসাধাৰণে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷
- সান্ধ্য আইনৰ ক্ষেত্ৰতো সাল সলনি ৷
- নিশা বজাৰ পৰা পু্ৱা পাঁচ বজালৈকে জাৰি কৰা হৈছে সান্ধ্য আইন ৷
- কিন্তু কনটেইনমেন্ট জ’ন অব্যাহত থাকিব তলাবন্ধ ৷
৩০ জুনলৈ বৃদ্ধি হ’ল তলাবন্ধৰ ম্যাদ
