ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১৪৬৩ জনলৈ বৃদ্ধি

WhatsApp Image 2020 06 01 at 9.25.25 PM

■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

■ ৰাজ্যত পুনৰ ৭৩ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।

■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ভিতৰত কুৱেতৰ পৰা অহা ৩০ জন বিমানযাত্ৰী, ১২ জন কাছাৰৰ, ১০ জন কামৰূপৰ, ৯ জন কৰিমগঞ্জৰ, ৭জন কোকৰাঝাৰৰ, ২জন হাইলাকান্দিৰ আৰু ১ জনকৈ বৰপেটা, নগাঁও আৰু যোৰহাটৰ।

■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ২৭৭ জন,  চিকিৎসাধীন হৈ আছে ১১৭৯ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪ জন ৷

Exit mobile version