ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১৮৭৭ জনলৈ বৃদ্ধি

EZpZpLoUMAE2tGQ

■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

■ ৰাজ্যত পুনৰ ৪৭ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।

■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ৩৩ জন হোজাইৰ, ৬ জন ধেমাজিৰ, ৪ জন বঙাইগাঁওৰ, ৩ জন বৰপেটাৰ আৰু ১ জন বাক্সাৰ।

■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ৪১৩ জন, চিকিৎসাধীন হৈ আছে ১৪৫৭ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰিজন ৷

Exit mobile version