দিল্লীৰ পৰা মুম্বাইলৈ পোহনীয়া কুকুৰবোৰ আনিবলৈ ব্যক্তিগত বিমানৰ এক বিশেষ পদক্ষেপ

GOPR1835

■ জুনৰ মাজভাগত দিল্লীৰ পৰা মুম্বাইলৈ ৬ টা পোহনীয়া কুকুৰ নিজ মালিকৰ ওচৰলৈ নিবৰ বাবে ব্যক্তিগত বিমানে এক ব্যৱস্থা গ্ৰহণ কৰিছে।
■ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে অব্যাহত থকা তলাবন্ধৰ বাবে দেশৰ বিভিন্ন ঠাইত বহু সংখ্যক লোক আবদ্ধ হৈ আছে  । ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধ কৰিবৰ বাবে আবদ্ধ হৈ থকা লোকসকল নিজ স্থানলৈ যোৱাৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আৰোপ কৰাৰ বাবে পোহনীয়া জন্তুবোৰ মালিকে আবদ্ধ হৈ থকা স্থানতে এৰি আহিব লগা হৈছিল।
■ মুম্বাইৰ উদ্যোক্তা আৰু চাইবাৰ চিকিউৰিটিৰ গৱেষক দীপিকা সিঙে নিজ মালিকৰ সৈতে পুনৰমিলনত সহায় কৰিবৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
■ অন্যহাতে যাত্ৰাৰ সময়ত কুকুৰবোৰৰ লগতে ইয়াৰ সঞ্চালকে ক’ভিড-১৯ ৰ প্ৰতিৰোধৰ বাবে আৱশ্যকীয় সকলো সাৱধানতা অৱলম্বন কৰিব লাগিব।

■ বিমান খনৰ মূল্য ৯.০৬ লাখ , য’ত প্ৰত্যেকখন আসনৰ মূল্য হ’ব ১.৬ লাখ টকা।

Exit mobile version