এইবাৰ ছ’চিয়েল মিডিয়াত নগাঁও উকীল সন্থাৰ লগতে বহু কেইগৰাকী জ্যেষ্ঠ অধিবক্তাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য দি ছমাহৰ বাবে নিলম্বিত হ’ল নগাঁৱৰ উকীল সন্থাৰ ইনামূল হুদা নামৰ এগৰাকী অধিবক্তা ।নগাঁও উকীল সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰি অধিবক্তা ইনামূল হুদাক ছমাহৰ বাবে সন্থাৰ পৰা নিলম্বন কৰা হয় ।আজি নগাঁও উকীল সন্থাৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে সন্থাৰ সভাপতি আবুল হাচিম খণ্ডকাৰে ৷উল্লেখযোগ্য যে বহু জ্যেষ্ঠ অধিবক্তাকো এইগৰাকী অধিবক্তাই সামাজিক মাধ্যমত হেয় প্ৰতিপন্ন কৰাৰ কুট কৌশল ৰচনা কৰিছিল ৷যাৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰে নগাঁ উকীল সন্থাই ।
ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য
-
By publisher

- Categories: Assam, News
- Tags: NagaonSocial Media
Related Content
Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
By
publisher
March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
By
publisher
March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
By
publisher
March 9, 2026
Rajyasabha Election Result:ঘোষণা হ'ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
By
publisher
March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
By
publisher
March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
By
publisher
March 9, 2026