২২ জুনৰ পৰা অম্বুবাচীঃ কিন্তু ভক্তৰ বাবে বন্ধ থাকিব দৰ্শন

Ambubachi Mela Date and Time

অম্বুবাচীত ভক্তৰ বাবে বন্ধ থাকিব মা কামাখ্যা দৰ্শন। কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেৱালয় কৰ্তৃপক্ষৰ। ২০ মাৰ্চৰ পৰা বন্ধ হৈ থকা দেৱালয় ৩০জুন পৰ্যন্ত বন্ধ থাকিব | আনহাতে ২২ জুনৰ পুৱা ৭-৫৩-১৫ বজাত অম্বুবাচীৰ প্ৰবৃত্তি আৰু ২৫জুনৰ নিশা ৮-১৬-৫৫ বজাত নিবৃত্তি কথাৰ প্ৰকাশ কৰিছে দেৱালয় কৰ্তৃপক্ষই । সম্পূৰ্ণ ৰীতি-নীতিৰে পালন কৰা হ’ব এই অম্বুবাচী মহোৎসৱ কিন্তু ভক্ত, সাধু-সন্ন্যাসীৰ বাবে বন্ধ থাকিব কামাখ্যাৰ দৰ্শন।

ADVERTISEMENT
Exit mobile version