অম্বুবাচীত ভক্তৰ বাবে বন্ধ থাকিব মা কামাখ্যা দৰ্শন। কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেৱালয় কৰ্তৃপক্ষৰ। ২০ মাৰ্চৰ পৰা বন্ধ হৈ থকা দেৱালয় ৩০জুন পৰ্যন্ত বন্ধ থাকিব | আনহাতে ২২ জুনৰ পুৱা ৭-৫৩-১৫ বজাত অম্বুবাচীৰ প্ৰবৃত্তি আৰু ২৫জুনৰ নিশা ৮-১৬-৫৫ বজাত নিবৃত্তি কথাৰ প্ৰকাশ কৰিছে দেৱালয় কৰ্তৃপক্ষই । সম্পূৰ্ণ ৰীতি-নীতিৰে পালন কৰা হ’ব এই অম্বুবাচী মহোৎসৱ কিন্তু ভক্ত, সাধু-সন্ন্যাসীৰ বাবে বন্ধ থাকিব কামাখ্যাৰ দৰ্শন।
২২ জুনৰ পৰা অম্বুবাচীঃ কিন্তু ভক্তৰ বাবে বন্ধ থাকিব দৰ্শন
-
By publisher
- Categories: Assam, COVID-19, News
- Tags: Ambubachi MelaAssamCovid-19GuwahatiKamakhya TempleLockdown
Related Content
Minister Bimal Bora at the Assam Pavilion of the International Trade Fair:নতুন দিল্লীৰ আই আই টি এফত অসম দিৱস
By
publisher
November 22, 2024
Putin sends animals to Kim to boost ties with North Korea:উত্তৰ কোৰিয়াৰে ঘনিষ্ঠতা বৃদ্ধি ৰাছিয়াৰ, কীমলৈ জন্তু প্ৰেৰণ পুটিনৰ
By
publisher
November 22, 2024
Delhi has been polluted for 122 days this year:দিল্লীত চলিত বর্ষত ১২২ দিনতে প্ৰদূষণৰ ত্ৰাস
By
publisher
November 22, 2024
Dead leopard found in Guwahati:কংক্ৰিট মহানগৰীত উদ্ধাৰ মৃত নাহৰফুটুকী
By
publisher
November 22, 2024