“যোগাভ্যাসে বিশ্ববাসীৰ শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনৰ দিশত এক নতুন পথৰ সন্ধান দিব পাৰিছে বাবেই সমগ্ৰ বিশ্বতে ই সমাদৰ লাভ কৰিছে । বৰ্তমানৰ প্ৰতিকূল পৰিস্থিতিত যোগাভ্যাসৰ জৰিয়তে আমি মানসিক প্ৰশান্তি বুটলিব পাৰোঁ । আহক, ঘৰতে থাকি পৰিয়ালৰ সৈতে নিয়মীয়াকৈ যোগ অনুশীলন কৰি এখন নিৰোগী আৰু শক্তিশালী সমাজ গঢ় দিয়াৰ বাবে আমি দৃঢ় সংকল্প লওঁ।” এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ | দেওবাৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস” উপলক্ষে দেশবাসীৰ লগতে ডিব্ৰুগড়ৰ বাসভৱনত মুখ্যমন্ত্ৰীয়ে যোগাভ্যাসত অংশ লৈ এইদৰে মত পোষণ কৰে |
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসঃ মুখ্যমন্ত্ৰীয়ে ক’ত কৰিলে যোগাভ্যাস ?
-
By publisher

- Categories: Assam, Health, News
- Tags: International Yoga DaySarbananda Sonowal
Related Content
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
By
publisher
March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
By
publisher
March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
By
publisher
March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
By
publisher
March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
By
publisher
March 11, 2026