সোমবাৰে পুৱা ৭-৫৩-১৫ বজাৰ পৰা আৰম্ভ হ’ল অম্বুবাচীৰ প্ৰবৃত্তি | দেশৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান এইবাৰ কেৱল ধৰ্মীয় ৰীতি-নীতিৰে পালন অম্বুবাচী পালন কৰিছে কামাখ্যাবাসীয়ে | প্ৰতিবছৰে কেবালাখ ভক্ত, সাধু-সন্ন্যাসীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত এইবাৰ কৰ’না মহামাৰীৰ বাবে কামাখ্যাৰ দৰ্শন বন্ধ ৰখা হৈছে | কৰ’না সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেৱালয় কৰ্তৃপক্ষৰ। ২০ মাৰ্চৰ পৰা বন্ধ হৈ থকা দেৱালয় ৩০জুন পৰ্যন্ত বন্ধ থাকিব | আনহাতে ২৫জুনৰ নিশা ৮-১৬-৫৫ বজাত অম্বুবাচীৰ নিবৃত্তি বুলি প্ৰকাশ কৰিছে দেৱালয় কৰ্তৃপক্ষই ।
কেৱল ধৰ্মীয় ৰীতি-নীতিয়ে আৰম্ভ মহা অম্বুবাচীঃ নিমাওমাও নীলাচলৰ বুকু
-
By publisher
Related Content
Police launch anti-child marriage operation in Assam:পুনৰ মাজনিশাৰ পৰা ৰাজ্যত আৰক্ষীৰ বাল্যবিবাহ বিৰোধী অভিযান
By
publisher
December 23, 2024
16 Bangladeshi Citizens Arrested:আৰক্ষীৰ জালত ১৬ বাংলাদেশী নাগৰিক
By
publisher
December 23, 2024
Golden Monkey:পুনৰ বিদ্যুতস্পৃষ্ঠ হৈ মৃত্যু ঘটিল দুস্প্ৰাপ্য সোণালী বান্দৰৰ
By
publisher
December 23, 2024
Jamuguri H.S School:জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ শীৰ্ষক গীতৰ শুভ উন্মোচন
By
publisher
December 23, 2024
Brazil's Gramado plane crashes:জনবহুল চহৰত চূৰ্ণ- বিচুৰ্ণ যাত্ৰীবাহী বিমান !
By
publisher
December 23, 2024