কৰ’না মহামাৰীৰ মাজতে উচ্চতম ন্যায়ালয়ৰ আদেশ মৰ্মে আজি পুৱা ৯ বজাত উলিওৱা হয় ভগৱান জগন্নাথৰ ৰথযাত্ৰা ৷ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে এই ৰথ যাত্ৰা অংশ ল’বলৈ দিয়া নহ’ব কোনো ভক্তক। ৰথ টনা সকলোৰে কৰাব লাগিব কৰ’না টেষ্ট ৷ ইফালে ইতিমধ্যে সোমবাৰৰ পৰা সমগ্ৰ পুৰীত বলৱৎ কৰা হৈছে ১৪৪ ধাৰা ৷ আনহাতে ৰথ যাত্ৰাৰ সময়ত একেবাৰতে যাতে ৫০০ জন লোকে ৰথ নাটানে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব ৷ লগতে শীৰ্ষ আদালতে ওড়িছা চৰকাৰক কয় যে পুৰীৰ বাহিৰে যাতে আন ক’তো ৰথযাত্ৰা উলিওৱা নহয় । যদি পৰিস্থিতি নিয়ন্ত্ৰিত নহয় ৷ তেনেহ’লে ৰথযাত্ৰা বাতিল কৰিব লগীয়া হ’বও পাৰে।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ভগৱান জগন্নাথৰ ৰথযাত্ৰা
-
By publisher

- Categories: COVID-19, India, News
- Tags: CORONAVIRUSCovid-19Jagannath Puri Rath Yatra 2020LockdownPuri
Related Content
Bomb Hoax দিল্লী অহাৰ পথত মার্কিন বিমানত বোমাতংক !
By
publisher
February 24, 2025
Elon Musk ‘৪৮ ঘণ্টাৰ ভিতৰত চাকৰিৰ হিচাপ-নিকাচৰ প্ৰয়োজন'
By
samimsultana
February 24, 2025
Tamil Nadu মূচল ষ্টেচনত হিন্দী নাম, শিক্ষা নীতিৰ বিৰুদ্ধে ভাষা আন্দোলনত জ্বলিছে তামিলনাডু
By
samimsultana
February 24, 2025
Uttar Pradesh উত্তৰপ্রদেশৰ অংগনৱাড়ী নিয়োগত বৃহৎ দুর্নীতি!
By
samimsultana
February 24, 2025
Telangana জীৱিত উদ্ধাৰৰ আশা ক্ষীণ !
By
samimsultana
February 24, 2025
Kumbh Mela 2025 উত্তৰ প্ৰদেশত ১৪০ টা ছ'চিয়েল মিডিয়া হেণ্ডেলৰ বিৰুদ্ধে গোচৰ
By
publisher
February 24, 2025