কৰ’না মহামাৰীৰ মাজতে উচ্চতম ন্যায়ালয়ৰ আদেশ মৰ্মে আজি পুৱা ৯ বজাত উলিওৱা হয় ভগৱান জগন্নাথৰ ৰথযাত্ৰা ৷ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে এই ৰথ যাত্ৰা অংশ ল’বলৈ দিয়া নহ’ব কোনো ভক্তক। ৰথ টনা সকলোৰে কৰাব লাগিব কৰ’না টেষ্ট ৷ ইফালে ইতিমধ্যে সোমবাৰৰ পৰা সমগ্ৰ পুৰীত বলৱৎ কৰা হৈছে ১৪৪ ধাৰা ৷ আনহাতে ৰথ যাত্ৰাৰ সময়ত একেবাৰতে যাতে ৫০০ জন লোকে ৰথ নাটানে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব ৷ লগতে শীৰ্ষ আদালতে ওড়িছা চৰকাৰক কয় যে পুৰীৰ বাহিৰে যাতে আন ক’তো ৰথযাত্ৰা উলিওৱা নহয় । যদি পৰিস্থিতি নিয়ন্ত্ৰিত নহয় ৷ তেনেহ’লে ৰথযাত্ৰা বাতিল কৰিব লগীয়া হ’বও পাৰে।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ভগৱান জগন্নাথৰ ৰথযাত্ৰা
-
By publisher
- Categories: COVID-19, India, News
- Tags: CORONAVIRUSCovid-19Jagannath Puri Rath Yatra 2020LockdownPuri
Related Content
Kakoijana:পথৰ কাষৰ বগৰী গছ কটাক লৈ কাকৈজানাত উত্তপ্ত পৰিস্থিতি
By
publisher
December 25, 2024
Dehar Kuchi:দেহাৰকুছিত নটৰাজ ক’লা কৃষ্টি কেন্দ্ৰ মুকলি
By
publisher
December 25, 2024
Biryani : অবিসম্বাদী ৰজা বিৰিয়ানি !
By
publisher
December 25, 2024
How to secure Gmail:আপোনাৰ জিমেইল কেনেকৈ সুৰক্ষিত কৰিব !
By
publisher
December 25, 2024
Atal Bihari Vajpayee 100 Birth Anniversary:মহানগৰীৰ অটল বিহাৰী বাজপেয়ী ভৱনত সুশাসন দিৱস
By
publisher
December 25, 2024