- মাকুমৰ বেতজান চাহ বাগিছাৰ জেকি বাইগা ওৰফে ৰাজু(২৩) নামৰ নৈশ চকীদাৰ জনক দুষ্টচক্ৰই নিশা দাৰে ঘপীয়াই হত্যা কৰাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ।
- নিশা চোৰে চাহপাত চুৰি কৰিবলৈ আহি নৈশ চকীদাৰ জনক হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ।
- নৈশ চকীদাৰ গৰাকীৰ হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৃতদেহ লৈ অৱৰোধ কৰি তীব্ৰ আন্দোলন গঢ়ি তোলে স্থানীয় ৰাইজে ।
তিনিচুকীয়াৰ মাকুমত নৃশংস হত্যাকাণ্ড
-
By publisher

Related Content
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
By
publisher
March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
By
publisher
March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
By
publisher
March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
By
publisher
March 11, 2026
ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
By
publisher
March 11, 2026
১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
By
publisher
March 11, 2026