মাৰ্ঘেৰিটাত ডিব্ৰু নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে দলং

flood

*১২৪ নম্বৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পোৰণিপুখুৰী গাওঁ পঞ্চায়তৰ ছয় নম্বৰ ৱাৰ্ডৰ ৰিতুকঠালগুৰি গাওঁৰ দৃশ্য |

*ডিব্ৰুনদীৰ উপনৈ পুকিয়াজন নৈৰ বাহনী পানীয়ে নিমিখতে শেষ কৰিলে ১০ লাখ টকীয়া
দলং |
*কঠালগুৰি,ডিব্ৰুজান,পুকিয়াজান,আদি গাঁৱৰ লোকে ভুগিব লগা হৈছে যন্ত্ৰণা ।

Exit mobile version