ৰাজ্যৰ সৰ্বত্ৰে কৰ’নাৰ সন্ত্ৰাস ৷ সাধাৰণ জনগণৰ পৰা দেশৰ জনপ্ৰিয় নেতা পালিনেতাও আক্ৰান্ত হৈছে কৰ’নাত ৷ ৰাজ্যত জনগণৰ সুৰক্ষা স্বাৰ্থত নিষ্ঠাৰে কৰ্তব্য পালন কৰা ৯৫ জন অসম আৰক্ষীৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে ৷ আনহাতে কোৱাৰেন্টাইনত আছে ১১১২ জন আৰক্ষী ৷ আজি টুইটাৰ যোগে এই কথা জনালে অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে ৷ ইপিনে অসমত ক’ভিড১৯ ত আক্ৰান্ত হৈছে ৮,৯৫৫ জন লোক আৰু মৃত্যু হৈছে ১৪ জন লোক ৷
ৰাজ্যত ক’ভিড-১৯ ত আক্ৰান্ত ৯৫ জন আৰক্ষী
-
By publisher

- Categories: Assam, COVID-19, News
- Tags: AssamAssam PoliceCORONAVIRUSCovid-19
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025