মহানগৰীৰ পাণ্ডুত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তকাৰীৰ সংখ্যা । একপ্ৰকাৰ পাণ্ডু হৈছে কৰ’নাৰ গণসংক্ৰমণ। উল্লেখ্য যে এদিনতে পাণ্ডুত আক্ৰান্ত হয় অৰ্ধশতাধিকতকৈ অধিক লোক। মঙলবাৰৰ দিনটোতেই পাণ্ডুত কৰ’নাত আক্ৰান্ত হৈছে ৫৪ জনকৈ লোক। যাৰ বাবে আৰক্ষীয়ে মাইকযোগে ৰাইজক ঘৰৰ বাহিৰলৈ নোলাবলৈ আহ্বান জনাইছে । আৰক্ষীৰ পৰা জানিব পৰা মতে অতি ঘন জনবসতিপূৰ্ণ এলেকাটোত বহু সন্দেহজনক ব্যৱসায়ীয়ে ব্যৱসায় কৰি আহিছে দীৰ্ঘদিন ধৰি।যাৰ ফলত অঞ্চলটোত দ্ৰুতগতিত বিয়পিছে মহামাৰী কৰ’না । সন্দেহজনক ব্যৱসায়ীৰ পৰাও কোনো সামগ্ৰী নল’বলৈ ৰাইজক মাইকযোগে আহ্বান জনালে আৰক্ষী প্ৰশাসনে ।
পাণ্ডুত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তকাৰীৰ সংখ্যা
-
By publisher

Related Content
কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
By
publisher
March 9, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
By
publisher
March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ'ল অসমত
By
publisher
March 8, 2026
এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ
By
publisher
March 8, 2026
গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি
By
publisher
March 7, 2026
প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?
By
publisher
March 7, 2026