উত্তৰ পূবৰ বৰ্ষাৰণ্য দিহিং পাটকাই হ’ব ৰাষ্ট্ৰীয় উদ্যান । সোমাবাৰে গুৱাহাটীত এখন বৈঠক অনষ্ঠিত কৰি এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । লগতে মুখ্যমন্ত্ৰী সোনোৱালে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷ উল্লেখযোগ্য যে বিগত দিনত দিহিং পাটকাইত কয়লা খননাখননৰ সন্দৰ্ভত সমগ্ৰ দেশত অন্যান্য ক্ষেত্ৰৰ লগতে ছ’চিয়েল মিডিয়াতো প্ৰতিবাদৰ জোৱাৰ উঠিছিল। ইয়াৰ পিছত বৰ্ষাৰণ্যখনৰ সন্দৰ্ভত চৰকাৰে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত আশ্বাস প্ৰদান কৰিছিল ।
দিহিং পাটকাইক লৈ সৰ্বানন্দ সোনোৱালৰ বিশেষ পদক্ষেপ
-
By publisher

- Categories: Assam, News
- Tags: AssamDehing Patkai Wildlife SanctuarySarbananda Sonowal
Related Content
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
By
publisher
March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
By
publisher
March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
By
publisher
March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
By
publisher
March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
By
publisher
March 11, 2026