মৃত ব্যক্তিৰ শৰীৰত ক’ভিড১৯

death

দুদিন পূৰ্বে মালিগাঁৱত মৃত্যু হৈছিল এজন লোকৰ।

সুশাৱণ দত্ত নামৰ লোক জনৰ মৃত্যু হৈছিল নিজ গৃহত।

জ্বৰ, কাহত আক্ৰান্ত হৈছিল সুশাৱণ দত্ত।

মৃত্যৰ এদিন পূৰ্বে swab পৰীক্ষা কৰাইছিল সুশাৱণ দত্তই।

মৃতদেহ ৰখা হৈছিল gmch ত।

সুশাৱণ দত্তৰ swab পৰীক্ষাৰ ফলাফল positive আহিছে

ইতিমধ্যে তেওঁৰ পত্নীও আক্ৰান্ত হৈছে covid 19 ত।

Exit mobile version