- ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকসকলৰে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ভিডিঅ’ কনফাৰেঞ্চ ।
- ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত বৰ্তমান চলি আছে এই ভিডিঅ’ কনফাৰেঞ্চ ।
- জিলাসমূহৰ শেহতীয়া ক’ভিড-১৯ পৰিস্থিতি, বান-খহনীয়াৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা এই ভিডিঅ’ কনফাৰেঞ্চত ।
- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত আছে মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল ।
Breaking
-
By publisher

- Categories: Assam, COVID-19, News
- Tags: AssamCORONAVIRUSCovid-19Sarbananda Sonowal
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025