ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’না আক্রান্তৰ সংখ্যা

123597 coronavirus 2

■ ৰাজ্যত ১৪ হেজাৰৰ সীমা অতিক্ৰম কৰিলে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যাই।
■ এই পর্যন্ত ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ১৪,৬০০ জন, সুস্থ হৈ উঠিছে ৯,১৪৭ জন আৰু মৃত্যু হৈছে ২৭ জন।
■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে কয় এই কথা।

Exit mobile version