শনিবাৰে পুৱা প্ৰায় ৪-৩০ বজাত অৰুণাচলৰ অসম ৰাইফলচৰ অভিযানত নিহত হয় ছজনকৈ NSCN(IM) ৰ কেডাৰ । টিৰাপ জিলাৰ খুঞ্চাত সংঘটিত হোৱা সংঘৰ্ষত নিহত হয় কেডাৰ কেইজন । নিহত কেডাৰ কেইজনৰ পৰা ছটাকৈ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটোৱে । এই সংঘৰ্ষত এজন অসম ৰাইফলছৰ জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে । ইতিমধ্যে তেওঁক সমীপৰ চিকিৎসালয়ত চিকিৎসা কৰি থকাৰ খবৰ পোৱা গৈছে।
অৰুণাচলত তুমূল সংঘৰ্ষত এন.এছ. চি. এনৰ ছজন কেডাৰ নিহত
-
By publisher
- Categories: Assam, News
- Tags: ARUNACHAL PRADESHAssam
Related Content
বেলুচিস্তান বিদ্ৰোহীৰ আক্ৰমণত ১৮ পাক জোৱানৰ মৃত্যু
By
publisher
February 2, 2025
বিভ্রান্তিকৰ বিজ্ঞাপন! ৰামদেৱৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা
By
publisher
February 2, 2025
US Canada Tariff Conflict:ট্রাম্পক প্ৰত্যুত্তৰ ট্রুডোৰ !
By
publisher
February 2, 2025
Nagaon Drama:নগাঁও জিলা পুথিভঁৰালত 'শিল্পকানন'ৰ বিশেষ নাট্য সন্ধিয়া
By
publisher
February 1, 2025