আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক বিশেষ পদক্ষেপ ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পে মেধাৰ ভিত্তিত এক বৃহৎ ইমিগ্ৰেশ্যন চিষ্টেম আৰম্ভ কৰিব ৷ ইয়াৰ দ্বাৰা সৰুতেই আমেৰিকালৈ অহা লোকসকলে নাগৰিকত্ব লাভ কৰিব। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক অ’বামাই ২০১২ চনত ডেফৰ্ট একশ্যন ফৰ চাইল্ডহুড এৰাইভেল প’লিচী জাৰি হৈছিল ৷ এই পলিচী দ্বাৰা আমেৰিকাত থকা বিশেষকৈ ১৬ বছৰৰ তলৰ লোকসকলে নাগৰিকত্ব পোৱাৰ ক্ষেত্ৰত সুবিধা হ’ব ৷ অৱশ্যে এইসকল লোকে কোনো ধৰণৰ অপৰাধৰ লগত জৰিত হ’ব নালাগিব ৷
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এক বিশেষ পদক্ষেপ
-
By publisher

- Categories: News
- Tags: DONALD TRUMPUS
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025