বহু প্ৰতীক্ষাৰ অন্তত আজি ঘোষণা কৰা হ’ল চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল ৷ চলিত বৰ্ষত ১৮,৮৯,৮৭৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত ৷ ইয়াৰ ভিতৰত ৯১.৪৬ শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে । ইয়াৰে ৯৩.৩১ শতাংশ ছাত্ৰী আৰু ৯০.১৪ শতাংশ ছাত্ৰ উত্তীৰ্ণ হৈছে চিবিএচইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ৷ আনহাত বিগত বৰ্ষৰ দৰে এইবাৰো ত্ৰিবান্দ্ৰম থাকে শীৰ্ষ স্থানত। ৯৯.৮৫ শতাংশ ছাত্ৰ ছাত্ৰী ত্ৰিবান্দ্ৰমৰ চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হয় ।
ঘোষণা হ’ল চিবিএচইৰ দশম শ্ৰেণীৰ ফলাফল
-
By publisher

- Categories: Education, News
- Tags: 10th ResultsCBSE
Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026