পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামস্থিত ক’ভিড স্ক্ৰিনিং কেন্দ্ৰত হাহাকাৰ ৷ কেন্দ্ৰটোত ক’ভিড-১৯ পৰীক্ষণৰ দায়িত্বত থকা চিকিৎসক প্ৰীতম বৰুৱা কৰ’নাত আক্ৰান্ত । ফলাফল পোৱাৰ আগমূহূৰ্তলৈকে বহু কেইজন লোকৰ স্বাস্থ্য পৰীক্ষা কৰিছিল ডা: প্ৰীতম বৰুৱাই ৷ ইতিমধ্যে সমগ্ৰ জিলাখনতে এই খবৰে আতংকৰ সৃষ্টি কৰিছে। আনহাতে গণ সংক্ৰমণৰ আশংকাত জিলাখনৰ হামৰেণ সদৰৰ ১৩৪ জন লোকৰ নমুনা সংগ্ৰহ কৰি ক’ভিড-১৯ৰ পৰীক্ষা কৰিছিল যদিও যাৱতীয় পৰীক্ষাৰ অন্তত ফলাফলত সকলোৰে কৰ’না নিগেটিভ হোৱাৰ তথ্য সদৰী কৰে স্বাস্থ্য বিভাগে।
পশ্চিম কাৰ্বি আংলঙত চিকিৎসকৰ দেহত কৰ’না পজিটিভ
-
By publisher

- Categories: Assam, COVID-19, News
- Tags: AssamCORONAVIRUSCovid-19West karbi Anglong
Related Content
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
By
publisher
March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
By
publisher
March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
By
publisher
March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
By
publisher
March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
By
publisher
March 11, 2026