কৃষক মুক্তি সংগ্ৰামৰ নেতা ধৈৰ্য্য কোঁৱৰৰ জামিন লাভ

Dhajya Konwar 1

মানস কোঁৱৰৰ পিছত এইবাৰ কৃষক মুক্তি সংগ্ৰামৰ নেতা ধৈৰ্য্য কোঁৱৰৰ NIA ৰ আদালতে জামিন মঞ্জুৰ কৰে ৷ ইফালে কাৰাগাৰত থাকোঁতেই কৰ’নাত আক্ৰান্ত হোৱা ধৈৰ্য কোঁৱৰ সম্প্ৰতি জি এম চিত চিকিৎসাধীন হৈ আছে ।

আনহাতে কালি কৃষক মুক্তি সংগ্ৰামৰ নেতা অখিল গগৈৰ চাবুৱা থানাৰ এটা গোচৰত উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে। সম্প্ৰতি ধৈৰ্য্য কোঁৱৰৰ লগতে মানস কোঁৱৰ আৰু অখিল গগৈ কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷

Exit mobile version