- সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান বিগ বছৰ কৰ্তৃপক্ষই এইবাৰ প্ৰতিযোগিসকলৰ শৰীৰৰ তাপমান আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা চাই অনুষ্ঠানৰ পৰা এলিমিনেশ্যনৰ সিদ্ধান্ত ল’ব ৷ এই খবৰে বিশেষ আমোদ দিছে বিগ বছৰ অনুৰাগীসকলৰ মনত ৷
- সোনাক্ষী সিন্হাৰ ভূজঃ দ্য প্ৰাইড অফ ইণ্ডিয়াৰ ফাষ্ট লুক আজি মুক্তি লাভ কৰিছে ৷ ছবিখনত লৈ আশাবাদী সোনাক্ষী ৷
- বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত আৰক্ষীৰ তদন্ত ক্ষিপ্ৰ গতিৰে আগবাঢ়িছে । তেনে সময়তে সুশান্তৰ আত্মাৰ স’তে পেৰানৰ্মেল এক্সপাৰ্ট ষ্টীৱ হফে মতবিনিময় কৰে ৷ পিছে কি উত্তৰ দিলে সুশান্তৰ আত্মাই ৷ সুশান্তৰ আত্মাৰ মন্তব্য “পৰিৱৰ্তন কাৰণে” ৷
- কৰ’নাত আক্ৰান্ত হৈ ক্ৰমাৎ সুস্থ হৈ উঠিছে অনুপম খেৰৰ মাতৃৰ ৷ এখন ফ’টো শ্বেয়াৰ কৰি এই কথা জনায় অভিনেতা গৰাকীয়ে।
- কৰ’নাৰ মাজতে জ’য়া আখতাৰৰ ক্ৰাইম ছবিত ৰণবীৰ সিং৷লুক টেষ্টৰ কাৰণে পালেগৈ বান্দ্ৰাৰ চেলুন।
- সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত চাৰিজন চিকিৎসকক জেৰা কৰিব পাৰে বান্দ্ৰা আৰক্ষীয়ে । এই চাৰিজন চিকিৎসকে কৰিলে সুশান্তৰ চিকিৎসা।
- বলীউডৰ বিগ বিগ অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চনৰ পিছত ঐশ্বৰ্য ৰায় আৰু আৰাধ্য বচ্চন আক্ৰান্ত হৈছিল ক’ভিড-১৯ত ৷ ইয়াৰ পিছতে ঐশ্বৰ্য আৰু আৰাধ্য হোম কোৱাৰেন্টাইনত আছিল যদিও আজি মাতৃ আৰু জীয়ৰীৰ জ্বৰ উঠাত ঐশ্বৰ্য আৰু আৰাধ্যক নানাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷