ৰাজ্যৰ সাত কাৰাগাৰত ২৩৯ জন হাজোতী-কয়দী কৰ’নাত আক্ৰান্ত । ইয়াৰে সুস্থ হৈছে পাঁচজন । সৰ্বাধিক ২০৬ জন গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বুলি ইতিমধ্যে জনাইছে কাৰাগাৰসমূহৰ মহাপৰিদৰ্শক দশৰথ দাসে ।ইপিনে, ক’ভিডৰ ভয়াৱহতাৰ বাবে জামিন বিচাৰি আদালতৰ দ্বাৰস্থ ড:বসন্ত কুমাৰ দলে ।
ৰাজ্যৰ সাত কাৰাগাৰত ২৩৯ জন হাজোতী-কয়দী কৰ’নাত আক্ৰান্ত
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025