- অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান বি জি আৰ পাঁচ নম্বৰ তৈলখাদত অগ্নিকুণ্ডত সৰ্বস্ব হেৰুওৱা এজন লোকৰ আত্মহত্যাৰ চেষ্টা।
- বিষ সেৱন কৰি আত্মহত্যাৰ চেষ্টা কৰে শুক্লেশ্বৰ নেওগ (৪৫) নামৰ লোকজনে।
- সংকটজনক অৱস্থাত নেওগক ৰূপাই ডি চি বৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
- স্থানীয় লোকৰ ভাষ্য অনুসৰি অগ্নিকাণ্ডত ধ্বংস হৈছিল আত্মহত্যাৰ চেষ্টা কৰা লোকজনৰ ঘৰ-বাৰী।
- মানসিক অশান্তিৰ ফলতে আত্মহত্যাৰ চেষ্টা চলোৱা সন্দেহ ।
বাঘজানৰ অগ্নিকুণ্ডত সৰ্বস্ব হেৰুৱা এজনৰ আত্মহত্যাৰ চেষ্টা
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025