মহানগৰীৰ পদপথত শ্ৰমজীৱি লোকৰ দুৰৱস্থাৰ এক জীয়া ছবি

WhatsApp Image 2020 07 20 at 3.52.40 PM

অকাল দুৰ্ভিক্ষই দেখা দিছে মহানগৰীত । ধাৰাবাহিক তলাবন্ধৰ বাবে মহানগৰবাসীৰ অবস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে তলাবন্ধৰ ফলত সৰ্বসাধাৰণৰ লগতে বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে শ্ৰমজীৱি লোকসকল।দুসপ্তাহ যোৰা গৃহবন্দীয়ে বিপন্ন কৰি তুলিছে তেওঁলোকৰ জীৱন ।

যাৰবাবে আজি চৰকাৰে আনলক ঘোষণা কৰাৰ লগে পদপথত কিছু সামগ্ৰী লৈ এইদৰে বহি পৰিছে শ্ৰমজীৱি লোকসকল । ফটোখন দেখিলেই অনুমান কৰিব পাৰি এমুঠি অন্নৰ বাবে কিমান ক্ষুধাতুৰ এই সকল শ্ৰমজীৱিলোক । কাষত সন্তান লৈ এমুঠি অন্নৰ বাবে পদপথত হাহাঁকাৰ কৰা এইসকল লোকৰ মৰ্মবেদনা চৰকাৰে উপলব্ধি কৰিবনে?

Exit mobile version