অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী কৰ’নাত আক্ৰান্ত

97977350 1408125712705409 7189763377919426560 n

■ ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা।
■ অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী আক্ৰান্ত হৈছে কৰ’নাত।
■ অভিনেত্ৰীগৰাকীয়ে মঙলবাৰে স্বাৱ টেষ্ট কৰাৰ পাছত ফলাফলত পজিটিভ আহে।
■ সম্প্ৰতি ৰাজ্যত কৰ’নাত মুঠ আক্ৰান্তৰ সংখ্যা ২২,৯৮১ জন, ইয়াৰে সুস্থ হৈ উঠিছে ১৬০,২৩ জন আৰু মৃত্যু হৈছে ৫৭ জন।

Exit mobile version