- সোমবাৰৰ পৰা গুৱাহাটীত আনলক-১ৰ সময়ত কিছু শিথিলতা পৰিলক্ষিত হৈছে ৷
- ইয়াৰ মাজতে কামৰূপ জিলা প্ৰশাসনে জাৰী কৰিছে যে পথৰ দুয়োকাষে খুলিব পাৰিব হোটেল ৰেষ্টুৰেন্টসমূহ।
- অৰ্থাৎ অন্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰে এদিন বাওঁফালে বা এদিন সোঁফালে থকা নিয়ম নাথাকিব হোটেল ৰেষ্টুৰেণ্টসমূহৰ ক্ষেত্ৰত ৷
- কিন্তু গ্ৰাহকে অনলাইন যোগেহে হোটেল ৰেষ্টুৰেণ্টৰ খাদ্য অৰ্ডাৰ দিব পাৰিব ।
হোটেল ৰেষ্টুৰেণ্টসমূহৰ ক্ষেত্ৰত মহানগৰ জিলা প্ৰশাসনৰ বিশেষ নিৰ্দেশনা
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Condemnation by various people: সাংসদ ৰকিবুল হুছেইনক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা বিভিন্ন দল- সংগঠনৰ
By
publisher
February 22, 2025
Supreme Court:এইবোৰৰ পাছত দৌৰি ফুৰাতকৈ চৰকাৰে ভাল কিবা কাম কৰক :উচ্চতম ন্যায়ালয়
By
publisher
February 22, 2025
USTM Chancellor Mohbubul Haque arrested:ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ
By
publisher
February 22, 2025