১৯ ছেপ্তেম্বৰৰ পৰা হ’ব আই পি এল

IPL 2020 2

কৰ’না মহামাৰীৰ মাজতে ১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আই পি এল ৷ এই ঘোষণা কৰিছে আই পি এলৰ চেয়াৰ মেন বৃজেশ পেটেলে ৷ ২০২০ ৰ ডুবাইত অনুষ্ঠিত হ’ব লগীয়া আই পি এলৰ ফাইনেল মেচ অনুষ্ঠিত হ’ব ৮ নবেম্বৰত ৷ কাজিৰঙাৰ বানৰ ছবিয়ে বিধ্বস্ত কৰিছে ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়ামছৰ ৷ কাজিৰঙাৰ বানৰ সন্দৰ্ভত উদ্বিগতা ব্যক্ত কৰি ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰলৈ এখন পত্ৰ লিখিছে। উল্লেখযোগ্য যে ইতিমধ্যে কাজিৰঙাৰ বানত কবলত ১২৩ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে।

Exit mobile version