ক’ভিডত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পিছত পুনৰ নিজৰ কৰ্তব্যত ব্যস্ত হৈ পৰিছে যান-বাহন আৰক্ষী বিষয়া মস্কো শইকীয়া । ক’ভিড যুদ্ধৰ এগৰাকী আগশাৰীৰ যুদ্ধা এইজন বিষয়াই যোৱা ২১ জুনত ক’ভিড পৰীক্ষা কৰাৰ পাছত তেওঁৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰে। লগে লগে স্বাস্থ্য বিভাগে তেওঁক ভৰ্তি কৰায় মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত । ইয়াৰ পিছত ক’ভিডক পৰাজিত কৰি ৩০ জুনত হাস্পতালৰ পৰা ডিচাৰ্জ লৈছিল। হোম কোৱাৰেণ্টাইনত ১৪ দিন থকাৰ পিছত পুনৰ ফাঁচিবজাৰত যান বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ পৰে এইগৰাকী বিষয়াই।
ক’ভিডক পৰাজিত কৰি পুনৰ কৰ্তব্যত ব্যস্ত যান-বাহন আৰক্ষী বিষয়া
-
By publisher

Related Content
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
By
publisher
March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
By
publisher
March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
By
publisher
March 11, 2026