এক অতি হৃদয়বিদাৰক ঘটনাৰ সাক্ষী হৈ ৰ’ল চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাট অঞ্চল । বৰহাটৰ নগাকটা গাঁৱৰ পৰমেশ্বৰ কিস্কোৰ নামৰ লোকজনৰ বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত তেওঁৰ আঠমহীয়া সন্তান জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি ল’লে । ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰৰ ভিতৰত শুই আছিল শিশুটি আৰু ঘৰত নাছিল কোনো ব্যক্তি । পিতৃ মাছ মাৰিবলৈ যোৱাৰ লগতে শিশুটিক শুৱাই মাক গৈছিল চাউল আনিবলৈ ।
সোণাৰিত জীৱন্ত অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি ললে আঠমহীয়া সন্তানে
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025