ঈদৰ বাবে লাহৰীঘাটৰ ইউ বি আইত অভাৱনীয় ভিৰ

WhatsApp Image 2020 07 27 at 7.57.33 PM

অহা এক আগষ্টত ঈদৰ বাবে লাহৰীঘাটৰ ইউ বি আইত অভাৱনীয় ভিৰৰ সৃষ্টি হয়। লাহৰীঘাটত ভয়াবহ ভাৱে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো এনে ভিৰ কৰা দেখা গ’ল লাহৰীঘাট ইউ বি আই সন্মুখত। ভিৰ পৰিলক্ষিত কৰি অঞ্চলবাসীয়ে বিধি নমনা লোকৰ সমান্তৰালকৈ এনে পৰিৱেশৰ বাবে জগৰীয়া কৰিছে লাহৰীঘাট ইউ বি আই বেঙ্ক কৰ্তৃপক্ষক।

ADVERTISEMENT
Exit mobile version