প্ৰসংগ ঃ কৰ’না

WhatsApp Image 2020 07 28 at 9.18.06 PM

■ ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে সুস্থও হৈ উঠিছে বহু লোক।
■ গুৱাহাটীৰ জাপৰিগুগৰ ৮৬ বছৰ বয়সৰ হেমকান্ত মহন্তৰ ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পাছত ১২ দিনৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।
■ কৰ’নাক পৰাজিত কৰি সুস্থ হোৱাৰ পাছত আজি তেওঁক হাস্পতালৰ পৰা ডিচাৰ্জ দিয়া হয়।

Exit mobile version