মহানগৰ আৰক্ষীয়ে যোৱা ৩১ দিনত আইন উলংঘা কৰা মুঠ ৩,৭৩৪ খন বাহন জব্দ কৰিবলৈ সক্ষম হৈছে | বৃহস্পতিবাৰ দিনটোত আৰক্ষীয়ে পুনৰ ৫০ খন দুচকীয়া আৰু চাৰিচকীয়া বাহন জব্দ কৰাৰ বিপৰীতে যোৱা ৩০ জুনৰ পৰা বৃহস্পতিবাৰ (৩০ জুলাই) পৰ্যন্ত মাস্ক পৰিধান নকৰা লোকৰ পৰা তিনি লাখ ১৫শ টকা আৰু আইন উলংঘাকাৰীৰ পৰা ২৪ লাখ ১৪ হেজাৰ ৫০০ টকা জৰিমনা সংগ্ৰহ কৰিছে | সমান্তৰালভাৱে এই সময়ছোৱাত ৫৯ টা গোচৰ ৰুজু হোৱাৰ লগতে ১৭৮ জনক আটক কৰা বুলি মহানগৰ আৰক্ষীয়ে সদৰী কৰিছে |
৩১ দিনত মহানগৰীত ৩৭শ বাহন জব্দঃ ২৭ লাখ জৰিমনা সংগ্ৰহ আৰক্ষীৰ
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025