ওদালগুৰিৰ মাজবাটত পুনৰ মাৰণাস্ত্ৰ উদ্ধাৰ

WhatsApp Image 2020 08 01 at 10.41.05 AM

● ওদালগুৰিৰ মাজবাটত পুনৰ অস্ত্ৰ উদ্ধাৰ ।
● যোৱানিশা আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় মাৰণাস্ত্ৰ ।
● নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মাজবাটৰ বোম্বে চেণ্টাৰৰ গজেনপুৰী গাওঁত আৰক্ষীৰ অভিযান ।
● অভিযানত নেতৃত্ব দিছিল মাজবাট আৰু ওৰাং থানাৰ আৰক্ষী বিষয়া ক্ৰমে ৰাজা ইৰশ্বাদ আৰু দিপক দাসে ।
● অভিযানত উদ্ধাৰ হয় এটা AK56 ৰাইফল, এটা খালী মেগজিনসহ ১৩ জাই সজীৱ গুলী ।
● ঘন হাবিত মাটিত পুতি ৰখা অৱস্থাত উদ্ধাৰ হয় ।
● ঘটনা সন্দৰ্ভত মাজবাট থানাত গোচৰ ৰুজু কৰা হয়।

Exit mobile version