শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

Himanta Biswa Sarma press meet on Coronavirus

১. নতুন শিক্ষা নীতিক লৈ মন্ত্ৰী ড° শৰ্মাৰ জনতা ভৱনত সংবাদমেল ৷

২. দ্বাদশ শ্ৰেণীলৈকে বাধ্যতামূলক এই শিক্ষা নীতি প্ৰাথমিকৰ পৰা মাধ্যমিকলৈ চাৰিটা স্তৰত বিভক্ত।

৩. লগতে পঞ্চম শ্ৰেণীলৈকে বাধ্যতামূলক হ’ব মাতৃভাষা।

৪. ইফালে কৰ’না পৰিস্থিতি ঠিকেই থাকিলে ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানসমূহ খোলাৰ সম্ভাৱনা আছে ৷ ৩১ আগষ্টৰ ভিতৰত শিক্ষক কৰ্মচাৰীসকলে কৰিব লাগিব বাধ্যতামূলক কৰ’না টেষ্ট ।

৫. আনহাতে পঞ্চম,ষষ্ঠ,সপ্তম আৰু অষ্টম শ্ৰেণীৰ পাঠদান হ’ব মুকলি ঠাইত ।

৬. নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান হ’ব শ্ৰেণীকোঠাতে ।

৭. এটা কোঠাত বহিব নোৱাৰিব ১৫ জনকৈ অধিক ছাত্ৰ ছাত্ৰী ৷

৮. উল্লেখযোগ্য যে অসমৰ ১৬ খন কলেজত হ’ব বিজ্ঞান শাখাৰ অন্তৰ্ভুক্ত ৷

৯. ১৫ আগষ্টৰ ভিতৰত ১৯৭ খন হাইস্কুল প্ৰাদেশীকৰণ কৰা হ’ব ।

১০. প্ৰাদেশিকৰণৰ ৩৫৫ খন শিক্ষানুষ্ঠানৰ ভিতৰত ১৪৯ খন কনিষ্ঠ মহাবিদ্যালয় ৷

১১. ইফালে প্ৰতিখন বিদ্যালয়ত ১ কোটি ১৯ লাখ টকা অনুমোদন চৰকাৰ ৷

Exit mobile version