- আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ধুবুৰী সদৰ থানাৰ বৃহৎ আৰক্ষীৰ দলৰ অভিযান।
- অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট, কফচিৰাফ , ড্ৰাগছ ।
- লগতে আটক কুৰবান আলি নামৰ এজন ড্ৰাগছ ব্যৱসায়ী ।
- নিজ বাসগৃহত কাঠৰ তলত লুকাই ৰাখিছিল নিচাজাতীয় সামগ্ৰী খিনি।
- জব্দকৃত সামগ্ৰী খিনিৰ মূল্য কে’বা লক্ষাধিক টকা ।
- ধুবুৰী আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিয়েই ড্ৰাগছ নিৰ্মূল অভিযান তীব্রতৰ কৰি তুলিছে।
ধুবুৰী আৰক্ষীৰ বৃহৎ সাফল্য
-
By publisher
Related Content
Golden Comet Chicken Seized In Bongaigaon:বঙাইগাঁও ৰে'ল ষ্টেচনত জব্দ ৩০ কার্টুন সোণালী প্ৰজাতিৰ কুকুৰা
By
publisher
May 17, 2024
BHP SitanavamI Celebration:বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সীতা নৱমী উদযাপন
By
publisher
May 17, 2024
Deepor Beel is Under Severe Pollution:ভয়াৱহ প্ৰদূষণৰ কৱলত পৰি সেউজীয়া হৈ পৰিছে দীপৰ বিলৰ পানী
By
publisher
May 17, 2024
Unexpected Water Crisis in Guwahati:গুৱাহাটীত অভাৱনীয় জলসংকট !
By
publisher
May 17, 2024