- আজি প্ৰধানমন্ত্ৰী মোদী দিল্লীৰ পৰা অযোধ্যালৈ ৯.৩০ বজাত ৰাওনা হয় ৷
- ১০.৩৫ বজাত উপস্থিত হ’ল লক্ষ্ণৌত ৷
- ১০.৪৫ ত বিশেষ বিমানেৰে অযোধ্যালৈ ৰাওনা হ’ল ৷
- ১১.৩০ ত উপস্থিত হ’ল অযোধ্যাৰ চাকেত কলেজত ৷
- ১০.৪০ ত মোদীয়ে দৰ্শন কৰিলে হনুমান মন্দিৰ ৷
- ১২ বজাত প্ৰধানমন্ত্ৰী মোদী উপস্থিত হ’ল ৰাম জন্মভূমিত ৷
- ইয়াত ১০ মিনিট ৰামললা পূজা তথা দৰ্শন কৰিলে মোদীয়ে ৷
- ১২.১৫ বৃক্ষৰোপণ কাৰ্যসূচী ৷
- ১২.৩০ ৰ পৰা আৰম্ভ হ’ল ভূমি পূজন ৷
- ১২.৪০ ৰ পৰা আধাৰশিলা স্থাপন ৷
- ২.১৫ ত চাকেত কলেজলৈ ৰাওনা হ’ব মোদী ।
- ইয়াৰ পিছত ২.২০ ত লক্ষ্ণৌলৈ ৰাওনা হ’ব মোদী ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজিৰ কাৰ্যক্ৰমণিকা
