শীঘ্ৰ নিৰ্বাপিত হোৱাৰ দিশত বাঘজানৰ জুই

5762f06f 999a 4b41 b31c df8318753a01

 

অৱশেষত ৭৫ দিনৰ অন্তত বাঘজানবাসীলৈ আহিল এটা সুখবৰ ।

যোৱা ২৭ মে’ৰ পৰা অহৰহ গেছ নিৰ্গত হৈ থকা BGR – 5 কূপত আজি পুৱা অইল ইণ্ডিয়া লিমিটেডৰ বিশেষজ্ঞই Blow Out Preventer (BOP) স্থাপন কৰিবলৈ সক্ষম হয় ।

আগন্তুক ২৪ ৰ পৰা ৩৬ ঘন্টাৰ ভিতৰত কূপৰ জুই নিৰ্বাপন কৰিব পৰা যাব বুলি অইলৰ এক সূত্ৰই সদৰি কৰিছে ।

Exit mobile version