ওদালগুৰিত বৃহৎ সংখ্যক মৰণাস্ত্ৰ জব্দ মহানগৰ আৰক্ষীৰ

WhatsApp Image 2020 08 14 at 1.04.51 PM

স্বাধীনতা প্ৰাকক্ষণত ওদালগুৰি ভিন্ন স্থানত অভিযান চলাই বৃহৎ সংখ্যক মৰণাস্ত্ৰ জব্দ কৰিছে মহানগৰ আৰক্ষীয়ে ৷ ওদালগুৰি আৰক্ষী লগত চলোৱা এই যৌথ অভিযানত নিশা কেবাটাও স্থানত মাটিত পুটি থোৱা অৱস্থাত এই মাৰণাস্ত্ৰ সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

উদ্ধাৰ কৰা মৰণাস্ত্ৰ সমূহ এন ডি এফ বি নামৰ সংগঠনৰ বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷ এই সন্দৰ্ভত তদন্ত চলি থকা বুলি উল্লেখ কৰিছে অসম আৰক্ষী আয়ুক্তৰ ৷

Exit mobile version