বক্ৰ পথৰে এপিএচছিত জৰিয়তে নিযুক্তিৰ পোহাৰ মেলা কাৰাৰুদ্ধ ৰাকেশ পাল, বসন্ত দলেৰ জামিন আবেদন শুকুৰবাৰে পুনৰ নাকচ কৰে উচ্চ ন্যায়ালয়ে ৷ কৃষি বিষয়া নিযুক্তি কেলেংকাৰীত ভঙাগড় আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰ ভিত্তিত আজি আদালতত জামিনৰ আবেদন দাখিল কৰা হৈছিল যদিও আদালতে এয়া নাকচ কৰে ৷
ৰাকেশ পাল-বসন্ত দলেৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ
-
By publisher
- Categories: Assam, News
- Tags: APSCAssamRakesh Pal
Related Content
Demanded the dismissal of Devolal:স্বায়ত্ত পৰিষদৰ মুৰব্বী দেৱোলালক বৰ্খাস্তৰ দাবী স্বয়ং বিজেপি নেতাৰ
By
publisher
January 18, 2025
Today Print Edition Dainik Agradoot: 18 January’25
By
publisher
January 18, 2025
17 APS officers promoted to IPS: আই পি এছলৈ পদোন্নতি ১৭ এপিএছ বিষয়া
By
publisher
January 17, 2025
Kakoijana Golden Langur:দুষ্প্ৰাপ্য সোণালী বান্দৰ সংৰক্ষণৰ দিশত এখোজ
By
publisher
January 17, 2025
Pay Commission:অষ্টম দৰমহা আয়োগ গঠনত কেন্দ্ৰৰ অনুমোদনৰ পিছত ব্যাপক তৎপৰতা বৃদ্ধি অসমত !
By
publisher
January 17, 2025