আজি ৭৪তম স্বাধীনতা দিৱসঃ বীৰ ছহিদক স্মৰণ মুখ্যমন্ত্ৰীৰ

assam

দেশৰ ৭৪তম স্বাধীনতা দিৱসৰ ঐতিহাসিক দিনটোত পুৱাই গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত দেশমাতৃৰ হকে প্ৰাণ ত্যাগ দিয়া অমৰ বীৰ-বীৰাঙ্গনালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

তেওঁ কয়, “মহান বীৰ-বীৰাঙ্গনাসকলৰ অতুলনীয় ত্যাগ, বীৰত্ব আৰু স্বদেশপ্ৰেমেৰে দীপ্তিমান দেশৰ স্বাধীনতা সংগ্ৰামৰ গৌৰৱময় ইতিহাস। মহান ছহিদসকলৰ আত্মবলিদানে যুগে যুগে দেশবাসীক উদ্বুদ্ধ কৰি যাব।”

Exit mobile version