সুখবৰঃ আইপিএলত নেট বলাৰ হিচাপে স্থান লাভ অসমৰ যুৱকৰ

WhatsApp Image 2020 08 15 at 8.08.49 PM

অসমৰ চাৰিজন যুৱ ক্ৰিকেটাৰে ডুবাইত অনুষ্ঠিত হ’ব লগা আই পি এলত বলাৰ হিচাপে স্থান লাভ কৰিছে । তেওঁলোক হ’ল লক্ষীমপুৰৰ জিতুমণি কলিতা, শিলচৰৰ ৰাহুল সিং, মৃন্ময় দত্ত আৰু ডিব্ৰুগড়ৰ মুখতাৰ হুচেইন ।

ADVERTISEMENT

১৯ ছেপ্তেম্বৰৰ পৰা ৫৩ দিনীয়া এই শৃংখলাত স্বাস্থ্য সম্পৰ্কীয় প্ৰট’কলৰ বাবে আইপিএলৰ ৮ টা দলে নিজৰ নিজৰ নেট বলাৰ বাচনি কৰিছে ৷ শৃংখলাৰ নিয়ম অনুসৰি এই শৃংখলাত স্থানীয় ক্ৰিকেটাৰ বাছনি কৰিব নোৱাৰিব।

Exit mobile version