স্বাধীনতা দিৱসতে গ্ৰন্থ বিপ্লৱ আৰম্ভ নলবাৰীৰ এটা পৰিয়ালত

Photo. Prerona Natundehar

বিহামপুৰ সৰুক্ষেত্ৰী শাখাৰ একাংশ সদস্য আৰু স্থানীয় লোকৰ সহযোগত স্বাধীনতা দিৱসৰ দিনটোতে বানেকুছিৰ বনজিত ডেকাৰ ঘৰত প্ৰেৰণা পুথিভঁৰালৰ নতুন শাখা মুকলি কৰা হয় ।এই উপলক্ষে বিধি সন্মত কৰ’নাত নীতি নিয়ম মানি পুথিভঁৰালৰ নতুন শাখাটো মুকলি কৰে মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই ।তদুপৰি ভোগবাদী সমাজ ব্যৱস্থাৰ বিপৰীতে নৱপ্ৰজন্মক গ্ৰন্থৰ মাজেদি প্ৰেৰণা পুঁথিভৰালৰ গণতান্ত্ৰিক আৰু বৈজ্ঞানিক দৃষ্টিভংগী সম্পন্ন পৰিৱেশ গঢ়াত গ্ৰহণ কৰি অহা ভূমিকা সন্দৰ্ভত ব্যক্তব আগবঢ়াই ধনেশ্বৰ বৈশ্য,নিত্যানন্দ চহৰীয়া,কামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক তিলক শৰ্মাই ।

ADVERTISEMENT
Exit mobile version