লখিমপুৰত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়ৰ অহা ১৫ নৱেম্বৰ ভিতৰত কাৰ্যক্ষম কৰি তোলা হ’ব । নৱেম্বৰৰ পৰা লখিমপুৰবাসী ৰাইজে ইয়াৰ সেৱা লাভ কৰিব । বৃস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ২০১ গৰাকী জিএনএম নাৰ্চক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি প্ৰদান কৰি এইদৰে কয় স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে আজি নিযুক্তি প্ৰাপ্ত নাৰ্চসকলে নৱেম্বৰ পৰ্যন্ত গুৱাহাটী, শিলচৰ, ডিব্ৰুগড় আৰু যোৰহাটত ক’ভিড চিকিৎসাত নিয়োজিত হ’ব।
নৱেম্বৰত মুকলি হ’ব লখিমপুৰ চিকিৎসা মহাবিদ্যালয় : ২০১ গৰাকী জিএনএমক নযুক্তি
-
By publisher

Related Content
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
By
publisher
March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
By
publisher
March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
By
publisher
March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
By
publisher
March 11, 2026