ডিঙিত অসমৰ গামোচা লৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যতিক্ৰমী ৰূপঃ চাওক ভিডিঅ’

Screenshot 3 1

আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ প্ৰকৃতিৰ লগত কেনেকৈ ওতঃপ্ৰোতভাবে জড়িত তাক দেখুৱাবলৈ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’ ৷

অসমৰ স্বাভিমান গামোচাখন লৈ মোদীয়ে ঘৰৰ বিভিন্ন ঠাইত ময়ূৰক নিজৰ হাতেৰে খাদ্য খুৱাইছে । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে এটা কবিতা লিখিও শ্বেয়াৰ কৰিছে ৷

Exit mobile version