বিপিএফ দলত যোগ দিলে অঞ্জলী দৈমাৰীয়ে

WhatsApp Image 2020 08 24 at 3.43.47 PM

● আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰিলে বড়ো মহিলা সংগঠনৰ নেত্ৰী অঞ্জলী দৈমাৰীয়ে ।
● আজি ওদালগুৰিত অনুষ্ঠিত বিপিএফৰ সভাত যোগদান ।
● জিলা বিপিএফ কাৰ্যালয়ত অনুষ্ঠিত হয় এই যোগদান সভা ।
● উক্ত সভাতেই বিপিএফত যোগদান কৰে দৈমাৰীয়ে ।
●বড়ো ওমেন জাষ্টিছ ফ’ৰামৰ নেত্ৰী আছিল অঞ্জলী দৈমাৰী । কিন্তু আজি হঠাৎ বিপিএফত যোগ দিয়ে দৈমাৰীয়ে ।
● প্ৰাক্তন এনডিএফবি ৰঞ্জন দৈমাৰীৰো ভগ্নী অঞ্জলী দৈমাৰী ।
●যোগদান সভাত উপস্থিত আছিল হাগ্ৰামা মহিলাৰী, মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে কে’বাগৰাকীও বিপিএফ নেতা-কৰ্মী ।
● বিটিচি নিৰ্বাচনৰ কুচ-কাৱাজ অব্যাহত থকাৰ মাজতে দৈমাৰীৰ বিপিএফত যোগদানে চৰ্চাৰ বিষয় হৈ পৰিছে |

Exit mobile version