- সাংসদ নৱ শৰনীয়াৰ সংবাদমেল ।
- “BTADৰ বিভিন্ন স্থানত বহু অস্ত্ৰ ওলাই আছে আৰু আমাৰ সন্দেহ হৈ বহুতৰ হাতত এতিয়াও অবৈধ অস্ত্ৰ মজুত আছে। এই অস্ত্ৰৰে বহু অবৈধ কাম কাজ চলাই আহিছে । অপহৰণ, হত্যা, ধনদাবী আদি কাৰ্য্য সংঘটিত হৈয়ে আছে । এতিয়া এই অস্ত্ৰ দেখুৱাই মাটি দখল কাৰ্য্যও চলিব ধৰিছে ।” এনেদৰে কয় নৱ শৰণীয়াই ।
- নিৰ্বাচনত BJP দলে দুখনতকৈ বেছি আসন নাপায় ।
- BTR চুক্তিত অবড়োৰ বাবে কোনো সুবিধা নাই ।
- BPF, UPPLৰ অবড়ো ওচৰত ভোট খোজাৰ কোনো নৈতিক অধিকাৰ নাই ।
- অবৈধ অস্ত্ৰসমূহ জব্দ নকৰা পৰ্যন্ত হত্যালীলা অব্যাহত থাকিব BTADত ।
BTR চুক্তিত অবড়োৰ বাবে কোনো সুবিধা নাই:নৱ শৰণীয়া
