অৱশেষত কংগ্ৰেছত আনুষ্ঠানিক ভাৱে যোগ দিলে জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱাই । শিল্পীজনৰ লগতে অজয় ফুকনসহ প্ৰায় অৰ্ধশতাধিক শিল্পীয়ে মংগলবাৰে কংগ্ৰেছত যোগ দিয়ে । ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত সভাপতি ৰিপুন বৰাৰ উপস্থিতিত জাতীয় কংগ্ৰেছ দলত যোগদান কৰে শিল্পীসকলে । কন্ঠশিল্পী বাবুৰ যোগদানৰ পাছতে সভাপতি ৰিপুন বৰাই এইবাৰ পেডেল মাৰি মাৰি কংগ্ৰেছে ৰাইজৰ কাষলৈ যাব বুলি মত ব্যক্ত কৰে ।
এইবাৰ পেডেল মাৰি মাৰি ৰাইজৰ কাষলৈ যাব কংগ্ৰেছঃ বাবু-অজয় ফুকনৰ যোগদান
-
By publisher
- Categories: Assam, News, Politics
- Tags: Ajay PhukanAssamBabu BaruahCongress
Related Content
Proposed multiple amendments to the NEET-UG examination:নীট-ইউজি পৰীক্ষাৰ একাধিক সংশোধনৰ প্ৰস্তাৱ
By
samimsultana
November 12, 2024
Iraq proposes to introduce a law to marry girls at the age of nine:ইৰাকত নবছৰ বয়সতে কন্যা সন্তানৰ বিবাহৰ আইন প্ৰৱৰ্তনৰ প্ৰস্তাৱ
By
samimsultana
November 12, 2024
Manipur Violence:মিছা তথ্যৰে উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালনা মণিপুৰ চৰকাৰৰ
By
samimsultana
November 12, 2024
Asom Sahitya Sabha:সাহিত্য সভাত সভাপতিকেন্দ্রিক জটিলতা অৱশেষত আতঁৰিল
By
samimsultana
November 12, 2024
4 land brokers arrested:সোনাপুৰৰ কচুতলীৰ জনজাতীয় আবেষ্টনীৰ ভূমি ক্রয়-বিক্রয়ত দালালি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চাৰি দালাল
By
samimsultana
November 12, 2024
Two Ulfa(I) linkmen arrested in Charideo:চৰাইদেউ আৰক্ষীৰ জালত দুই দুই আলফা স্বাধীনৰ লিংকমেন
By
samimsultana
November 12, 2024