যান-বাহনৰ নথি-পত্ৰৰ ম্যাদ উকলি গলেও ৩১ ডিচেম্বৰ লৈকে নহয় কোনো সমস্যা

Out

সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহন বিভাগে ৰাজ্যখনৰ যান-বাহনৰ গৰাকীক কিছু সকাহ প্ৰদান কৰিছে । পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদৰি কৰা তথ্য অনুসৰি যান-বাহনৰ পঞ্জীয়ন পত্ৰ, অনুজ্ঞা পত্ৰ বা আন নতি পত্ৰৰ ম্যাদ এই সময়চোৱাৰ ভিতৰত উকলি গলেও বিশেষ কোনো সমস্যা নহ’ব । ফিটনেছ পাৰমিট আদি বিষয়ক নথি-পত্ৰসমূহৰ ম্যাদ ৩১ ডিচেম্বৰ ২০২০ৰলৈকে বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে।

 

Exit mobile version